মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

গুৱাহাটী আৱৰ্জনা নিষ্কাষণ আঁচনি (প্ৰস্তাৱিত)

ভাৰত চৰকাৰে ১১৭৪.৭৫ কোটি টকাৰ সাহাৰ্য্য প্ৰদানেৰে গুৱাহাটী আৱৰ্জনা নিষ্কাষণ আঁচনিৰ বাবে জাপান ইণ্টাৰনেছনেল কো-অপাৰেছন এজেন্সি (জেআইচিএ) ক অনুমোদন জনায়। প্ৰস্তাৱিত আঁচনিৰ লক্ষ্য হৈছে আৱৰ্জনা নিষ্কাষণৰ সা-সুবিধা সমূহৰ নিৰ্মাণেৰে আৱৰ্জনা নিষ্কাষণৰ নিৰ্ভৰযোগ্য সেৱা আগবঢ়োৱা আৰু দক্ষিণ আৰু পূব গুৱাহাটীত আৱৰ্জনা নিষ্কাষণ নলাৰ এক বিস্তৃত সংযোগ গঢ়ি তুলি অনাময় ব্যৱস্থাৰ উন্নতি সাধন কৰা আৰু গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা।

আঁচনিৰ বিৱৰণ আৰু সামৰি লোৱা ক্ষেত্ৰ

বিতং তথ্যৰ বাবে:

গুৱাহাটী জল বোৰ্ড
শইকীয়া কমাৰ্ছিয়েল কমপ্লেক্স
খ্ৰীষ্টানবস্তি, জি এছ ৰোড
গুৱাহাটী ৭৮১ ০০৫, অসম
দূৰভাষ: ০৩৬১-২৩৪০১৩২
ই-মেইল: md.gjb@nic.in