মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

অসন্তুষ্ট? আমাৰ সৈতে কথা পাতক

আমি আপোনালোকৰ দিহা পৰামৰ্শক সদায় আদৰণি জনাই আহিছোঁ আৰু ইয়াৰ দ্বাৰা আপোনাৰ সমস্যা সমাধানৰ বাবে আমি সৰ্বোৎকৃষ্ট পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিছোঁ। ইয়াত বিভিন্ন উপায় উল্লেখ কৰা হৈছে যাৰ জৰিয়তে আপুনি জনাবলগীয়া বিষয়সমূহ আমাক জনাব পাৰে।

গুৱাহাটী পৌৰনিগম

গুৱাহাটী পৌৰনিগমৰ পৰা কোনো সমস্যাৰ সাহাৰ্য্য বিচাৰিলে গুৱাহাটী পৌৰনিগমৰ ল’গ’ত ক্লিক কৰক।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ যোগাযোগৰ সবিশেষৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ল’গ’ত ক্লিক কৰক।

গুৱাহাটী মহানগৰ খোৱাপানী আৰু আৱৰ্জনা নিষ্কাষণ পৰিষদ

গুৱাহাটী মহানগৰ খোৱাপানী আৰু আৱৰ্জনা নিষ্কাষণ পৰিষদৰ যোগাযোগৰ সবিশেষৰ বাবে ইয়াৰ ল’গ’ত ক্লিক কৰক।

গুৱাহাটী স্মৰ্ট চিটি লিমিটেড

গুৱাহাটী স্মৰ্ট চিটি লিমিটেডৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিলে ইয়াৰ ল’গ’ ত ক্লিক কৰক।

স্বচ্ছতা এপ

২০১৬ চনৰ নৱেম্বৰ মাহৰ পৰা গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু অভিযোগ নিষ্পত্তিৰ বাবে ‘স্বচ্ছতা এপ’ ৰ সংসাধন কৰা হয়। গুগল প্লেষ্টৰৰ পৰা আপুনি এই এপ ডাউনলোড কৰি ল’ব পাৰে। ফটো লৈ ইয়ালৈ প্ৰেৰণ কৰক। আপোনাৰ অভিযোগ গ্ৰহণ কৰা হ’ব।

অভিযোগ নিষ্পত্তি

লিখিত অভিযোগ ডাকযোগে বা ই-মেইলযোগে প্ৰেৰণ কৰক :

সচিব
গুৱাহাটী উন্নয়ন বিভাগ
ডি-ব্লক, দ্বিতীয় মহলা
অসম সচিবালয়
দিশপুৰ, গুৱাহাটী ৭৮১ ০০৬
ই-মেইল: gddassam.sectt@gmail.com